অসম চৰকাৰৰ SSUHSৰ অন্তৰ্গত B.Sc নাৰ্ছিং তৃতীয় ষান্মাসিকৰ ফলাফলত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ নাৰ্ছিং প্ৰতিষ্ঠানৰ বিশেষ সাফল্য। সমগ্ৰ অসমৰ মুঠ উত্তীৰ্ণ ৮২৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ১০ টা স্থানৰ ভিতৰত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ নাৰ্ছিং প্ৰতিষ্ঠানৰ ৭ গৰাকী ছাত্র-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়।